HomeMy Corner শীতৰ কবিতা - ২ byDibakar Bordoloi -December 30, 2022 0 © দিবাকৰ বৰদলৈ ইমান চেঁচা হিম চেঁচা । মোৰ দৰেই কেঁকো-জেঁকোকৈ উঠি আহিছে সূৰুযটো । মোৰ দৰেই তাৰো ঠাণ্ডা লগা নাইতো ? Tags: My Corner Facebook Twitter